সংবাদমেল যোগে ইউপিপিএলে ঘোষণা কৰিলে ৮ সমষ্টিৰ প্ৰাৰ্থী তালিকা…

সংবাদমেল যোগে ইউপিপিএলে ঘোষণা কৰিলে ৮ সমষ্টিৰ প্ৰাৰ্থী তালিকা…
  • কোকৰাঝাৰত সংবাদমেল যোগে ইউপিপিএলৰ দলীয় প্ৰাৰ্থী তালিকা ঘোষণা ।
  • ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰী ।
  • ২৯ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিত(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম।
  • ৩০ নং কোকৰাঝাৰ পুৱ বিধানসভা (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী সমষ্টিত লৰেঞ্চ ইছলাৰী ।
  • ৩১ নং চিদলী (জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ।
  • ৩৩ নং বিজনী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ফনীন বড়ো ।
  • ৫৮ নং তামোলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী লেহো ৰাম বড়ো ।
  • ৬২ নং বৰমা(জনজাতি সংৰক্ষিত) ইউপিপিএলৰ প্ৰাৰ্থী ভূপেন বড়ো ।
  • ৬৩ নং চাপাগুৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in