uPDATES লাইনচ্যুত উজনিমুৱা বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ

uPDATES লাইনচ্যুত উজনিমুৱা বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ
  • লাইনচ্যুত উজনি মূৱা বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ ।
  • ৰেলখনৰ পাঁচটা দৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।
  • মুঠ ১২ খন দৱা লাইনচ্যুত হৈছে।
  • ইতিমধ্যে পাঁচজন ৰ মৃত্যু হোৱা বুলি ৰেল বিভাগ সূত্ৰত প্ৰকাশ।
  • ইতিমধ্যে আঢ়ৈ শ লোকক উদ্ধাৰ কৰি চিকিৎসা লয়লৈ প্ৰেৰণ কৰা হৈছে।
  • বহুত ৰে অৱস্থা আশংকা জনক।
  • স্হানীয় প্ৰশাসন ৰ লগতে বি এছ এফ, এন ডি আৰ এফ আৰু ৰে আৰক্ষীয়ে উদ্ধাৰ কাৰ্য চলাই আছে।
  • ৰেলখনত অসমৰ বহুতো যাত্ৰী থকা বুলি স্হানীয় সূত্ৰ ত প্ৰকাশ।অসমৰ বহুতো যাত্ৰী হতাহত হোৱাৰ আশংকা কৰা হৈছে
  • এতিয়াও বহুতো যাত্ৰী দুৰ্ঘটনা গ্ৰস্হ দৱাৰ ভিতৰত আবদ্ধ হৈ আছে বুলি জনা গৈছে।
  • ৰেল বিভাগে ৮১৩৪০৫৪৯৯৯ নম্বৰৰ হেল্প লাইন নম্বৰ মুকলি কৰিছে।
  • NJP 9002041951, 9002041955
  • Katihar- 9002041952, 06452230692
  • ৰেল লাইনত বিজুতি থকাৰ বাবে ই দুৰ্ঘটনা টো সংঘটিত হোৱা বুলি প্ৰাথমিক বাবে ধাৰণা কৰা হৈছে।
  • আহত যাত্ৰী সকলক চিকিৎসা লয়লৈ লৈ যোৱাৰ বাবে ২০০ ৰো অধিক এম্বুলেঞ্চ ইতিমধ্যে কাম কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in