ৰাভা হাছং, সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাষিত পৰিষদৰ ভোট গণনা, UPDATES

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ঢকুৱাখানাৰ তিনি সমষ্টিত এটাত ইতিমধ্যে জয়লাভ গণশক্তি দলৰ প্ৰাৰ্থী।
  • বাকী দুয়োটা সমষ্টিত গণশক্তি দলৰ প্ৰাৰ্থী অগ্ৰগতি।
  • উল্লেখ্য যে, এম এ চিৰ অন্তৰ্গত ১৯ টা মহকুমাত মিত্ৰ দলৰ সৈতে পোনপতীয়া প্ৰতিন্ধন্বিতাত নামিছে বিজেপি দল।
  • ২০নং গোলাঘাট সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাজু সোণোৱাল জয়ী।
  • নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অজিত সোণোৱাল ২৭৭টা ভোটত পৰাজিত।
২০নং গোলাঘাট সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাজু সোণোৱাল
২০নং গোলাঘাট সমষ্টিৰ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰাজু সোণোৱাল
  • গোৱালপাৰা জিলাৰ ৰাভা হাছং পৰিষদৰ ২০ আসনৰ অনানুষ্ঠানিক ফলাফল ঘোষণা।
  • ২০ খনৰ ১৮ খন আসনত প্ৰতিন্বন্দ্বীতা আগবঢ়োৱা ৰাভা হাছং সংগ্ৰামী ঐক্য মঞ্চই জয়লাভ কৰিছে ১৭ খন আসনত।
  • আনহাতে বাকী তিনিটা সমষ্টিত কংগ্ৰেছে ১ টা, বিজেপিয়ে ১ টা, আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ১ খন আসনত জয়লাভ জয়লাভ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in