কোন-ক’ত-কিমান ভোটত আগবাঢ়ি আছে, শেহতীয়া UPDATE

কোন-ক’ত-কিমান ভোটত আগবাঢ়ি আছে, শেহতীয়া UPDATE

  • দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত।
  • ৫৮খন আসনত আগবাঢ়ি আছে আম আদমি পাৰ্টি।
  • ইফালে ১২ খন আসনত আগবাঢ়ি আছে বিজেপি।
  • নতুন দিল্লীত আগবাঢ়ি আছে অৰবিন্দ কেজৰিৱাল।
  • কেজৰিৱাল আগবাঢ়ি আছে ১১ হেজাৰৰো অধিক ভোটত।
  • আদৰ্শ নগৰত আগবাঢ়ি আছে ৯০৪ টা ভোটত আপৰ প্ৰাৰ্থী।
  • আম্বেদকাৰ নগৰত আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে ৫২৫১ টা ভোটত।
  • ববাৰপুৰত আগবাঢ়ি আছে আপৰ প্ৰাৰ্থী গোলাপ ৰায়।
  • ৯০০২ টা ভোটত আগবাঢ়ি আছে আপৰ প্ৰাৰ্থী।
  • মোৰাৰীত আপৰ প্ৰাৰ্থী সঞ্জীৱ ঝা আগবাঢ়ি আছে ১৫ হাজাৰৰো অধিক ভোটত।
  • চান্দনী চ'কত আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে ১৭৬৬৮ টা ভোটত।
  • চিত্তাপুৰত আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে ১০৫৬ টা ভোটত।
  • হৰিনগৰত আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে ৮৮২ টা ভোটত।
  • আলকাজিত আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে মাত্ৰ ৬ টা ভোটত।
  • কৰলবাগত আপৰ প্ৰাৰ্থী ১৩০৭০ টা ভোটত আগবাঢ়ি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in