শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

এইবাৰ জলপৰীৰ ৰূপত ছানী, ভাইৰেল PHOTO

766

ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী। বলিউদত খোজ পেলোৱাৰে পৰা ছানী থমকি ৰ’ব লগা হোৱা নাই। ইখনৰ পাছত সিখন হিট ছবি উপহাৰ দি ছানী এতিয়া বলিউদৰ আগশাৰীৰ এগৰাকী অভিনেত্ৰী। বৰ্তমান কেইবাখনো ছবিৰ শ্বুটিঙত ব্যস্ত থকা ছানী শেহতীয়াকৈ হানী সিঙৰ সৈতে এটা গানৰ শ্বুটিঙো কৰি আছে। গানৰ নাম ‘মছলী জলৰাণী হ্য’।

গানটোৰ শ্বুটিং হৈছে থাইলেণ্ডত। ইয়াৰ পূৰ্বেও হানী সিঙ আৰু ছানীক একেলগে দেখা গৈছিল হানীৰ এটা গানতে। যুৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈছিল সেই গানটো। এই সফলতাৰ পাছতে এতিয়া পুনৰ একেলগে ছানী-হানী। গানটোৰ ছানী লিয়নিৰ সৈতে অভিনয় কৰিব হানী সিঙেও। উল্লেখ্য যে, হানী সিঙৰ গানটো ১৫ মাৰ্চত আহিবলগীয়া ছবি ‘ ছুথা কহী ক্যা’ তো দেখা পোৱা যাব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি