শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

বলে’ৰ জীপত খুন্দা মাৰিলে বাছে, নিহত ৯জন, আহত ৩০…

200

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ পলিভিতত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। পলিভিত জিলাৰ পুৰণপুৰত শনিবাৰে এখন বলেৰ’ জীপত খুন্দা মাৰে বাছে। এই দুৰ্ঘটনাত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইফালে, আহত হৈছে প্ৰায় ৩০জনকৈ লোক। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আহত লোকসকলক স্থানীয় হাস্পতাললৈ লৈ যায়।

এই দুৰ্ঘটনাত শোক ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। লগতে মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলীত আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, দুৰ্ঘটনাত থিতাতে ৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনৰ চিকিৎসালয়ত মৃত্যু হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি