হোজাইত উত্তৰ প্ৰদেশ আৰক্ষী, আটক কামৰুজ জামানৰ ভাতৃক

হোজাইত উত্তৰ প্ৰদেশ আৰক্ষী, আটক কামৰুজ জামানৰ ভাতৃক
  • ৰাজ্যতে গোপন খোপনি পুতিছিল হিজবুল মুজাহিদীনে।
  • অসম আৰক্ষীয়ে পোৱাই নাছিল খবৰ।
  • উত্তৰপ্ৰদেশত হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানৰ গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছিল নতুন তথ্যা।
  • কামৰুজৰ ভাতৃ ছাইফুল ইছলামকো আটক আৰক্ষীৰ।
  • উত্তৰ প্ৰদেশ আৰক্ষীয়ে আটক কৰিছে ছাইফুলক।
  • সোধপোছৰ বাবে আটক কৰা বুলি হোজাই আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
  • বৰ্তমানলৈকে ৪জনক আটক হিজবুলৰ সৈতে যোগাযোগ থকাৰ সন্দেহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in