শেহতীয়া খবৰ
নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে...  •  ৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ...  •  ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  জাতিৰ সংকটকালত অগপ ব্যস্ত ন-খোৱাতঃ ডিব্ৰুগড়ত কি হ'ল চাওঁক VIDEO

এতিয়া কেৱল এখন নহয়, সকলো ৰাজ্যই ভিআইপিঃ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ…

142
  • মঙলবাৰে গোৰখপুৰত উপস্থিত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ।
  • এক সভাত অংশ ল’লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত প্ৰশংসা কৰিলে মোডী চৰকাৰৰ।
  • উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-
  • ‘প্ৰধানমন্ত্ৰী মোডী চৰকাৰত দেশবাসীয়ে ঘৰ লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ অধীনত।’
  • ‘শৌচালয় লাভ কৰিলে স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে।’
  • ‘উজ্বলা যোঁজনাৰ অধীনত লাভ কৰিলে ৰন্ধন গেছ।’
  • ‘চিকিৎসালয়ৰ সুবিধা লাভ কৰিলে আয়ুষ্মান ভাৰত যোঁজনাৰ দ্বাৰা।’
  • ‘এতিয়া কোনো এখন ৰাজ্যহে ভিআইপি নহয়, সকলো ৰাজ্যই ভিআইপি।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি