মুখ্যমন্ত্ৰীৰ অনুষ্ঠান LIVE কৰিবলৈ সংবাদ প্ৰতিষ্ঠানৰে চুক্তি ১কোটিত…

Camera crews wait before a news conference by plaintiff Miles Hill (not pictured) in Los Angeles, California May 7, 2014. Hill is suing FedEx Corp. and Silverado Stages after surviving a head-on collision, which killed five adults and five students, between a FedEx truck and the tour bus he was traveling in.  REUTERS/Mario Anzuoni  (UNITED STATES - Tags: CRIME LAW MEDIA) - GM1EA580DQY01

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ অনুষ্ঠান লাইভ কৰিবলৈ বছৰি ১কোটি টকা এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে চুক্তিৱদ্ধ হৈছে। এই সংবাদ প্ৰতিষ্ঠানটোৰে হোৱা বুজাবুজি অনুসৰি মুখ্যমন্ত্ৰীৰ প্ৰতিটো অনুষ্ঠান এবছৰৰ বাবে লাইভ কৰিব সংবাদ প্ৰতিষ্ঠানটোৱে।

কোৰোনাৰ সংহাৰৰ মাজতে মুখ্যমন্ত্ৰীৰ অনুষ্ঠান লাইভ কৰাৰ বিনিময়ত ৰাজকোষৰ পৰা ১কোটিকৈ টকা ব্যয় কৰাক লৈ সমালোচনাৰো জোৱাঁৰ উঠিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ অনুষ্ঠান লাইভ কৰিবলৈ চুক্তিৱদ্ধ হোৱা সংবাদ প্ৰতিষ্ঠানটোৰ নাম এ এন আই (ANI)।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in