আজি উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰিব ২০২০-২১ বৰ্ষৰ বাজেট…

আজি উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰিব ২০২০-২১ বৰ্ষৰ বাজেট…
  • মঙলবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে বিধানসভাত দাখিল কৰিব বাজেট।
  • যোগী চৰকাৰৰ এয়া চতুৰ্থখন বাজেট।
  • ৰাজ্যখনৰ বিত্তমন্ত্ৰী সুৰেশ কুমাৰে বিধানসভাত দাখিল কৰিব এই বাজেট।
  • এই বাজেট প্ৰায় ৫.১২ লাখ কোটি হোৱাৰ সম্ভাৱনা।
  • মহিলা, যুৱকসকলৰ বাবে বিশেষ সুবিধা ঘোষণা কৰাৰ সম্ভাৱনা বাজেটত।
  • লগতে যাতায়তৰ দিশত ৰাজ্যখন আৰু অধিক আগুৱাই নিয়াৰ বাবে বিভিন্ন আচঁনি ঘোষণা কৰাৰ সম্ভৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in