দুদিনীয়া ভ্ৰমণসূচীৰে নৱেম্বৰত ভাৰতলৈ বিট্ৰেইনৰ ৰজা…

দুদিনীয়া ভ্ৰমণসূচীৰে নৱেম্বৰত ভাৰতলৈ বিট্ৰেইনৰ ৰজা…

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে চলিত বৰ্ষত ১৩ নৱেম্বৰত ভাৰতলৈ আহিব বিট্ৰেইনৰ ৰজা প্ৰিন্স ছাৰ্লজ। সোমবাৰে প্ৰিন্স ছাৰ্লজৰ কাৰ্যালয়ে আনুষ্ঠানিকভাৱে সদৰি কৰে এই কথা। এই ভ্ৰমণকালত ৭০ বছৰীয়া প্ৰিন্স ছাৰ্লজে জলবায়ু বিষয়ৰ এক বৈঠকত অংশ লোৱাৰ লগতে সামাজিক বিত্তীয় প্ৰণালীৰ এখন বৈঠকতো অংশ লব। উল্লেখ্য যে, ২০১৭ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা বিট্ৰেইনৰ ৰজা প্ৰিন্স ছাৰ্লজৰ এয়া দ্বিতীয় ভৰত ভ্ৰমণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in