শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

প্ৰধানমন্ত্ৰীয়ে ক’লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ…

50,923

ডিজিটেল ডেস্কঃ মাজতে কোৰোনাৰ প্ৰকোপ বহু কেইখন দেশত কিছু সাম কাটিছিল যদিও পুনৰ কোৰোনাত সংক্ৰমিত সংখ্যাই বাৰুকৈয়ে চিন্তুিত কৰিছে বিভিন্নজনক। কোৰোনাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ ইজৰাইলত জাৰি কৰা হৈছে লকডাউন। চৰ্চা হৈছে যে, বিশ্বত আৰম্ভ হৈছে কোৰোনা ভাইৰাছৰ দ্বিতীয়টো স্তৰ। এই স্তৰত কোৰোনা আৰু অধিক বিধ্বংসী হব বুলিও মতপোষণ কৰিছে একাংশ বিশেষজ্ঞই।

Image

এনেবোৰ চৰ্চা চলি থকাৰ সময়তে বিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মন্তব্য কৰিছে যে, কোৰোনা ভাইৰাছৰ দ্বিতীয়টো ৱেভ অতি ভয়ংকৰ। নতুনকৈ পুনৰ নীতি-নিৰ্দেশনা জাৰি কৰাৰ পৰিৱেশো উদ্ভৱ হব পাৰে। উল্লেখ্য যে, বৰিছ জনছনৰ এই মন্তব্যৰ পাছতে বিটেইনতো লকডাউনৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে একাংশই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি