কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ…

কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ…
  • কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ।
  • মন্ত্ৰীগৰাকীৰ দেহত শুক্ৰবাৰে ধৰা পৰে কোভিডৰ উপস্থিতি ।
  • মন্ত্ৰী গৰাকীৰ অবস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ।
  • সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
  • দেশত বৃহস্পতিবাৰেও ২ লাখৰো অধিক লোক কোৰোনাত আক্ৰান্ত হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in