শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ

202

ডিজিটেল সংবাদ, শ্বিলংঃ প্ৰধানমন্ত্ৰী মোডীৰ ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক অভিযানত অংশ লৈ মঙলবাৰে শ্বিলঙত হাতত ঝাড়ু তুলি ল’লে কেন্দ্ৰীয় ৰাজ্যিক বহিঃপৰিক্ৰমা মন্ত্ৰী এম জে আকবৰে।

আপাৰ শ্বিলঙৰ মাইলিমৰ অন্তৰ্গত মাউক্ল’ট গাঁৱত এইদৰে শ্ৰমদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতাৰ সপক্ষে সজাগতা বৃদ্ধিৰ এই পদক্ষেপৰ অনুষ্ঠানত অংশ লয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি