কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ…

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ…
  • কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
  • মঙলবাৰে টুইটাৰযোগে এই কথা সদৰী কৰে খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • ইতিমধ্যে তেওঁক মেদান্ত হাস্পতালত ভৰ্তি কৰা হৈছে।
  • মন্ত্ৰীগৰাকীৰ দেহত সোমবাৰে কোৰোনাৰ লক্ষণ দেখা গৈছিল।
  • তাৰপাছত মঙলবাৰে কোভিড টেষ্টা কৰা হয় মন্ত্ৰী প্ৰধানৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in