ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে…

ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে…
  • ওড়িশ্যাৰ বালাংগিৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।
  • বালাংগীৰ জিলা বান বিধ্বস্ত অঞ্চলসমূহ নিৰীক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • লগতে বন্যাৰ্তসকলৰ খবৰ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
  • বালাংগিৰ জিলাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো বহে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in