কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল…
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমনৰ দুটা কাৰ্যসূচী বাতিল ।
  • ভবানীপুৰ আৰু শুৱালকুছিৰ নিৰ্বাচনী সভা বাতিল কৰা হয় ।
  • বৰপেটাৰোডৰ পৰা পোনে পোনে ছত্তীশগড়লৈ ৰাওনা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ।
  • ছত্তীশগড়ৰ ২২ শ্বহীদৰ বাবে বাতিল নিৰ্বাচনী সভা ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শ্বহীদক জনাব শ্ৰদ্ধাঞ্জলী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in