শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী…

  • দিল্লী এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাবীয়া।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হয় হাস্পতালত।
  • উল্লেখ্য যে, বুধবাৰে নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ভৰ্তি কৰা হৈছিল এইমছত।
  • জ্বৰ উঠাৰ পাছতে তেওঁক ভৰ্তি কৰা হৈছিল দিল্লীস্থিত এইমছত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি