প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী…

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী…
  • দিল্লী এইমছত উপস্থিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাবীয়া।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল'বলৈ উপস্থিত হয় হাস্পতালত।
  • উল্লেখ্য যে, বুধবাৰে নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক ভৰ্তি কৰা হৈছিল এইমছত।
  • জ্বৰ উঠাৰ পাছতে তেওঁক ভৰ্তি কৰা হৈছিল দিল্লীস্থিত এইমছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in