শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ দিল্লীৰ কোৰো্না ভাইৰাছৰ সম্পৰ্কীয় ঘটনা পুনৰ বৃদ্ধি হৈছে। পূৰ্বে ৪০০০ৰো অধিক ঘটনা পোহৰলৈ আহিছিল।দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে দেওবাৰে কয় যে, দিল্লীত শনিবাৰে  ৪১১১৬ টা নতুন কোৰোনা ভাইৰাছ সম্পৰ্কীয় ঘটনা পোহৰলৈ আহিছে।

শনিবাৰে ৫৫ হাজাৰতকৈ বেছি সংখ্যক লোকৰ পৰীক্ষা কৰোৱা হৈছিল। বিগত ১০ দিনত দেশত মৃত্যুৰ হাৰ ০.৯৪ শতাংশ। কিন্তু বৰ্তমান এই হাৰ ১.৭৭ লৈ বৃদ্ধি পাইছে।প্ৰায় এক তৃতীয়াংশ ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি মন্তব্য কৰি চিকিৎসক সকলৰ বেতন বৃদ্ধি বিবাদ সম্পৰ্কত মন্তব্য কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে।কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জনে বৃদ্ধি হোৱা কোৰোনাৰ বিষয়ত কয় যে, বিশেষজ্ঞ কমিটিয়ে কৈছিল যে দিল্লীত উৎসৱৰ বতৰ আৰু শীত ঋতুত ১২ৰ পৰা ১৫ হাজাৰলৈ বৃদ্ধি পাব কোভিড ৰোগীৰ সংখ্যা। ৰোগৰ বাবে আহিব লগা সাম্ভা্ব্য বিপদৰ বাবে তেওঁলোক তৈয়াৰ বুলিও মন্তব্য কৰিছে জৈনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি