শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

আজিৰে পৰা উপলব্ধ হ’ল ১২৫ টকীয়া মুদ্ৰা…

845
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মুকলি কৰিলে ১২৫ টকীয়া মুদ্ৰা।
  • পৰমাহংশ যোগানন্দৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিলে এই নতুন মুদ্ৰা।
  • তেওঁৰ লগতে অনুষ্ঠানটিত উপস্থিত মন্ত্ৰী অনুৰাগ ঠাকুৰ।
  • উল্লেখ্য যে, যোৱা ২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিছিল ১৫০ টকীয়া মুদ্ৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি