আজিৰে পৰা উপলব্ধ হ’ল ১২৫ টকীয়া মুদ্ৰা…

আজিৰে পৰা উপলব্ধ হ’ল ১২৫ টকীয়া মুদ্ৰা…
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মুকলি কৰিলে ১২৫ টকীয়া মুদ্ৰা।
  • পৰমাহংশ যোগানন্দৰ ১২৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিলে এই নতুন মুদ্ৰা।
  • তেওঁৰ লগতে অনুষ্ঠানটিত উপস্থিত মন্ত্ৰী অনুৰাগ ঠাকুৰ।
  • উল্লেখ্য যে, যোৱা ২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে মুকলি কৰিছিল ১৫০ টকীয়া মুদ্ৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in