শেহতীয়া খবৰ
শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO  •  গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন  •  কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...

১৯ অনুৰ্ধ্ব বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা

7,573
  • ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা বি চি চি আইৰ।
  • ২০২০ চনৰ প্ৰথম ভাগতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট।
  • এই বিশ্বকাপত ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰিব প্ৰিয়ম গাৰ্গে।
  • ভাৰতীয় দলটোত উইকেট ৰক্ষক আৰু উপ অধিনায়কৰূপে অন্তৰ্ভূক্ত কৰা হৈছে ধ্ৰুৱ চন্দ জুৰেলক।
  • দলটোত আছে য়ছছভি জয়ছোৱাল, তিলক বাৰ্মা, দিব্যাংশ চাক্সেনা, শ্বাস্বত ৰাৱট, দিব্যাংশ যোশী।
  • শুভং হেগড়ে, ৰবি বিষ্ণৈ, আকাশ সিং, কাৰ্তিক ত্যাগী, অথৰ্ব আনকুলেকাৰ, কুমাৰ কুশগ্ৰা, সুশান্ত মিশ্ৰ আৰু বিদ্যাধৰ পাটিলকো অন্তৰ্ভূক্ত দলত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি