১৯ অনুৰ্ধ্ব বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা

১৯ অনুৰ্ধ্ব বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা
  • ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা বি চি চি আইৰ।
  • ২০২০ চনৰ প্ৰথম ভাগতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'ব ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট।
  • এই বিশ্বকাপত ভাৰতীয় দলটোৰ নেতৃত্ব বহন কৰিব প্ৰিয়ম গাৰ্গে।
  • ভাৰতীয় দলটোত উইকেট ৰক্ষক আৰু উপ অধিনায়কৰূপে অন্তৰ্ভূক্ত কৰা হৈছে ধ্ৰুৱ চন্দ জুৰেলক।
  • দলটোত আছে য়ছছভি জয়ছোৱাল, তিলক বাৰ্মা, দিব্যাংশ চাক্সেনা, শ্বাস্বত ৰাৱট, দিব্যাংশ যোশী।
  • শুভং হেগড়ে, ৰবি বিষ্ণৈ, আকাশ সিং, কাৰ্তিক ত্যাগী, অথৰ্ব আনকুলেকাৰ, কুমাৰ কুশগ্ৰা, সুশান্ত মিশ্ৰ আৰু বিদ্যাধৰ পাটিলকো অন্তৰ্ভূক্ত দলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in