শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

কোৰোনা ভাইৰাছঃ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব উমানন্দ…

277

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতেই কোৰোনা ভাইৰাছৰ প্রভাৱ পৰা দেখা গৈছে। অসমতো পাব, বাৰ, ৰেষ্টুৰেন্ট আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ইফালে, বৃহস্পতিবাৰে শ্ৰী শ্ৰী উমানন্দ দেৱালয় পৰিচালনা সমিতিয়েও এই ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ।

এক জাননীযোগে দেৱালয়ৰ পৰিচালনা সমিতিয়ে সকলো ভক্তপ্ৰাণ ৰাইজক অহা ৩১ মাৰ্চলৈকে উমানন্দ দেৱালয় বন্ধ থাকিব বুলি জনায়। জাননীখনত লগতে উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ নিৰ্দেশানুসাৰে কোৰোনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা ৰূপে বন্ধ ৰখা হ’ব এই দেৱালয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি