উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ‘স্পৰ্টছ ইণ্ডিয়া’ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড…

উলুবাৰীৰ বি বৰুৱা ৰোডস্থিত ‘স্পৰ্টছ ইণ্ডিয়া’ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড…
  • মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
  • স্পৰ্টছ ইণ্ডিয়া নামৰ এক বিপনীত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।
  • বি বৰুৱা ৰোডস্থিত এই দোকানখনত সংঘটিত হৈছে অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভস্মীভূত দোকানখনৰ বহু পৰিমানৰ সা-সামগ্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in