উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • মহানগৰীৰ ৰাজপথত নিশা পথ দুৰ্ঘটনাত আহত দুজন।
  • দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে বাইকত থকা অক্ষয় দূতি আৰু মানিৰী লাৰিন নামৰ আই আই টিৰ  দুজন ছাত্ৰ।
  • ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত ছাত্ৰদ্বয়ক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।
  • গুৱাহাটীৰ উলুবাৰীত ট্ৰাকে মহটিয়াই থৈ যায় ছাত্ৰ দুজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in