শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

উলুবাৰীৰ বৈদ্যুতিক শ্মশানত প্রথমটো মৃতদেহ সৎকাৰ…

424

ডিজিটেল ডেস্কঃ গুৱাহাটী পৌৰ নিগমে উলুবাৰীত নিৰ্মাণ কৰা বৈদ্যুতিক শ্মশানত বৃহস্পতিবাৰে প্রথমটো মৃতদেহ সৎকাৰ কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজিৎ হাজৰিকাৰ উপস্থিতিত এই মৃতদেহটো সৎকাৰ কৰোতে প্ৰায় ৪৫ মিনিট সময়ৰ প্ৰয়োজন হয়। ১৩ জুলাই, ২০২০ত উলুবাৰীত এই বৈদ্যুতিক শ্মশানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

This image has an empty alt attribute; its file name is banikantanewsspcl-333-1.jpg

উল্লেখ্য যে, বিশিষ্ট ভাষাবিদ তথা অসমীয়া সাহিত্য জগতৰ বৰণ্য ব্যক্তি বাণীকান্ত কাকতিৰ নামত এই বৈদ্যুতিক শ্মশানখন নামাকৰণ কৰাক লৈ যথেষ্ট বিতৰ্কিৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্দেশ মৰ্মে সেই নাম উক্ত শ্মশানস্থলীৰ পৰা আঁতৰাইছিল কৰ্তৃপক্ষই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি