তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ…

তিনিচুকীয়াত আলফা স্বাধীনৰ সদস্যৰ আত্মসমৰ্পণ…
  • তিনিচুকীয়াৰ বৰডুমচা মহঙত আলফা স্বাধীনৰ এগৰাকী সদস্যৰ আত্মসমৰ্পণ।
  • বুধবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ সদস্যজনে।
  • আত্মসমৰ্পণকাৰী সদস্যগৰাকীৰ নাম সুৰজিত মৰাণ ওৰফে ছাৰ্জেণ্ট মেজৰ নীৰৱ অসম।
  • নীৰৱ অসম আলফা স্বাধীনৰ সামৰিক শিবিৰৰ প্ৰশিক্ষণৰ দায়িত্বত কৰ্মৰত আছিল।
  • তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি আৰু সেনাৰ মেজৰ জিতেন্দ্ৰ কুমাৰৰ উপস্থিতিত আত্মসমৰ্পণ।
  • সুদীৰ্ঘ ১৪ বছৰৰ আলফাস্বাধীনত থকাৰ পিছত বুধবাৰে অসমলৈ আহি আত্মসমৰ্পণ কৰে নীৰৱ অসমে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in