স্বাধীনতা দিৱসত ১৮ ঘন্টীয়া বন্ধৰ আহ্বান আলফাৰ…

স্বাধীনতা দিৱসত ১৮ ঘন্টীয়া বন্ধৰ আহ্বান আলফাৰ…
  • স্বাধীনতা দিৱস উপলক্ষে আলফা স্বাধীনৰ প্ৰেছ বিবৃতি।
  • উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ সৈতে যুতীয়াভাৱে দিলে প্ৰেছ বিবৃতি।
  • স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান ৰাজ্যবাসীক।
  • ১৪ আগষ্টৰ মাজনিশাৰ পৰা ১৮ ঘন্টীয়া বন্ধ পালনৰ আহ্বান উগ্ৰপন্থী সংগঠনটোৰ।
  • সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি।
  • কোৰোনা ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বনৰ বাবেও আহ্বান উগ্ৰপন্থী সংগঠনটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in