শেহতীয়া খবৰ
ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

দিছপুৰ থানাত হাজিৰ অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

565
  • বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহ।
  • দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা।
  • আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা দুজনক।
  • ইফালে ঘটনাত আলফা জড়িত থকাৰ কথা অস্বীকাৰ অনুপ চেতিয়াৰ।
  • তেওঁলোকে এই কাম নাইকৰা বুলি মন্তব্য।
  • চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা এই ঘটনাক।
  • প্ৰদীপ দত্ত ৰায়ৰ প্ৰসংগটো মন্তব্য কৰিলে তেওঁ।
  • মুখ চম্ভালি কথা ক’বলৈ প্ৰদীপ দত্ত ৰায়ক সকীয়নি অনুপ চেতিয়াৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি