দিছপুৰ থানাত হাজিৰ অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা

ফাইল ফটো
ফাইল ফটো
  • বিজেপিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত আলোচনাপন্থী আলফা জড়িত থকাৰ সন্দেহ।
  • দিছপুৰ থানাত হাজিৰ আলফা নেতা অনুপ চেতিয়া আৰু মৃণাল হাজৰিকা।
  • আৰক্ষীয়ে তলব কৰিছিল আলফা নেতা দুজনক।
  • ইফালে ঘটনাত আলফা জড়িত থকাৰ কথা অস্বীকাৰ অনুপ চেতিয়াৰ।
  • তেওঁলোকে এই কাম নাইকৰা বুলি মন্তব্য।
  • চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা এই ঘটনাক।
  • প্ৰদীপ দত্ত ৰায়ৰ প্ৰসংগটো মন্তব্য কৰিলে তেওঁ।
  • মুখ চম্ভালি কথা ক'বলৈ প্ৰদীপ দত্ত ৰায়ক সকীয়নি অনুপ চেতিয়াৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in