‘আলফাই অসমত কলপুলি এটাও ৰোৱা নাই’- ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

‘আলফাই অসমত কলপুলি এটাও ৰোৱা নাই’- ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী
  • আলফা (স্বাধীন)ক ক্ষুৰধাৰ সমালোচনা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ।
  • আলফা (স্বাঃ) সন্দৰ্ভত সাংবাদিকৰ আগত প্রতিক্রিয়া সাংবাদিক গৰাকীৰ।
  • আলফাই অসমৰ বাবে একো কৰা নাই বুলি মন্তব্য।
  • আলফাই প্রতিষ্ঠা কালৰে পৰা অসমত কলপুলি এটাও ৰোৱা নাই।
  • আলফাই শিয়ালৰ দৰে জংঘলৰ পৰা কেৱল চিঞৰিব পাৰে।
  • আলফাক আপদ আৰু অপ্রাসংগিক আখ্যা প্রবীণ সাংবাদিকগৰাকীৰ।
  • যিসকল ল'ৰা আলফালৈ গৈছে তেওঁলোকৰ পিতৃ-মাতৃ অশিক্ষিত।
  • চৰকাৰী চাকৰি নহ'লেই আলফালৈ যাব নালাগে যুৱক-যুৱতীসকল।
  • চৰকাৰী চাকৰি অবিহনেও অসমত অজস্র সম্ভ্রান্ত লোক আছে।
  • এইদৰেই আলফাক সমালোচনা কৰিলে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in