এন এছ চি এন (এম)ৰ  উপাধ্যক্ষ খুলে কন্যাকৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ

এন এছ চি এন (এম)ৰ  উপাধ্যক্ষ খুলে কন্যাকৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ

  • এন এছ চি এন (এম)ৰ  উপাধ্যক্ষ খুলে কন্যাকৰ মৃত্যুত শোক প্ৰকাশ আলফা স্বাধীনৰ।
  • শুকুৰবাৰে শোক প্ৰকাশ কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।
  • ১২ ডিচেম্বৰত নতুন দিল্লীত শেষ নিশ্বাস ত্যাগ কৰিছিল খুলে কন্যাকে।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিত্সাধীন হৈ আছিল এন এছ চি এন (এম)ৰ  উপাধ্যক্ষগৰাকী।
  • তেওৰ মৃত্যুত শোকবিহ্বল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে পৰেশ বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in