১৮০গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাত পতিত…

১৮০গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বিমান  দুৰ্ঘটনাত পতিত…
  • ইৰাণৰ তেহৰানত দুৰ্ঘটনাত পতিত হৈছে এখন বিমান।
  • আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰনুসৰি , ইউক্ৰেইনৰ বইং–737 বিমানখনত আছিল ১৮০গৰাকী যাত্ৰী।
  • এতিয়াও হতাহতৰ সংখ্যা জানিব পৰা নাই যদিও বিমানৰ যাত্ৰীসকলৰ সন্ধানত আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।
https://support.twitter.com/articles/20175256
  • তেহৰানৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
  • মঙলবাৰে পুৱা প্ৰায় ৯ বজাত তেহৰানৰ খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
  • কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।
  • প্ৰাপ্তখবৰুনসৰি, ইৰানে আমেৰিকান সেনাৰ ওপৰত মঙলবাৰে কৰা আক্ৰমণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in