কোভিডৰ বিৰুদ্ধে যুদ্ধত ভাৰতক সহায় কৰিব ব্ৰিটেইনে,যোগান ধৰিব অক্সিজেন কাৰখানা…

কোভিডৰ বিৰুদ্ধে যুদ্ধত ভাৰতক সহায় কৰিব ব্ৰিটেইনে,যোগান ধৰিব অক্সিজেন কাৰখানা…

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন । কোভিডৰ সংক্ৰমন বৃদ্ধিৰ লগে লগে দেশত নাটনি হৈছে অক্সিজেনৰ । কোভিডৰ বিৰুদ্ধে এই যুদ্ধত ভাৰতক সহায় কৰিব ব্ৰিটেইনে । ব্ৰিটেইনে ভাৰতক অক্সিজেন উৎপাদনৰ বাবে অক্সিজেন কাৰখানা প্ৰেৰণ কৰিব ।

ব্ৰিটেইনে উত্তৰ আয়াৰলেণ্ডৰ অতিৰিক্ত তিনিটা অক্সিজেন উৎপাদন গোট প্ৰেৰণ কৰিব ভাৰতলৈ । উৎপাদন গোটৱে প্ৰতি মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ'ব । যি এটা সময়তে ৫০ জন লোক ব্যৱহাৰ কৰিবলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in