প্ৰধানমন্ত্ৰীয়েই আক্ৰান্ত কোৰোনা ভাইৰাছত!

প্ৰধানমন্ত্ৰীয়েই আক্ৰান্ত কোৰোনা ভাইৰাছত!
  • ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • পৰীক্ষাত তেওঁৰ দেহত পোৱা গৈছে কোৰোনা ভাইৰাছৰ অৱস্থিতি।
  • দেশখনত বৰ্তমান লৈকে কোৰোনাত আক্ৰান্ত হৈছে ১১,৬৫৮ গৰাকী লোক।
  • মৃত্যু হৈছে ৫৭৮ গৰাকী ৰোগী।
  • আক্ৰান্ত হ'লেও দায়িত্ব এৰি নিদিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে।
  • নিজকে পৃথক কৰি ৰাখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • টুইটাৰযোগে এই কথা ঘোষণা কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in