উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন…

উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন…
  • যোৱা ২০ জুনত পাঞ্জাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আজিজুল আলীক।
  • উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডৰ মূল অভিযুক্ত আজিজুল আলী মহানগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন ।
  • জুৰিপাৰস্থিত আজিজুলৰ ঘৰত লতাশিল আৰক্ষীয়ে তালাচী চলাবলৈ যাওতে আৰক্ষীৰ হাতৰ পৰা পলায়ন।
  • হেণ্ডকাফসহ পলায়ন কৰে আজিজুল আলীৱে।
  • লতাশিল থানাৰ তদন্তকাৰী বিষয়াৰ নেতৃত্বত চোৰটোৰ ঘৰত তালাচী চলাব গৈছিল আৰক্ষীৰ দলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in