Published on:
Updated on:
- উগ্ৰতাৰাৰ মুল বিগ্ৰহৰ চুৰিকাণ্ডৰ সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ।
- আৰক্ষীৰ জালত পৰিছে আজিজুল আলী নামৰ অভিযুক্তজন।
- গুৱাহাটীৰ মহানগৰৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
- উল্লেখ্য যে ইতিমধ্যে উদ্ধাৰ হৈছে উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in