উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডঃ ৩জনক আটক, পলাতক মূল অভিযুক্ত

উগ্ৰতাৰা মন্দিৰৰ চুৰিকাণ্ডঃ ৩জনক আটক, পলাতক মূল অভিযুক্ত
  • মহানগৰীৰ উগ্ৰতাৰা মন্দিৰৰ মূৰ্তি উদ্ধাৰ হোৱাৰ দাবী মন্দিৰ কৰ্তৃপক্ষৰ।
  • গড়চুকত মূৰ্তিটো উদ্ধাৰ হৈছে বুলি দাবী কৰিছে মন্দিৰ কৰ্তৃপক্ষই।
  • ঘটনা সন্দৰ্ভত ৩জন লোকক আটক কৰিছে ইতিমধ্যে আৰক্ষীৰ।
  • আৰক্ষীয়ে মূৰ্তিটো উদ্ধাৰ হোৱা নাই বুলি জনাইছিল সংবাদ মাধ্যমক।
  • ১৫ নবেম্বৰত মন্দিৰটোত সংঘটিত হৈছিল চুৰিকাণ্ড।
  • চিচি টিভিত বন্দী হৈছিল সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য।
  • আটক কৰা লোককেইজনক জেৰা কৰে ক্ৰাইম ব্ৰাঞ্চে।
  • বৰ্তমানেও পলাতক চুৰিকাণ্ডৰে জড়িত মূল অভিযুক্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in