মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ…

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ…
  • মহাৰাষ্ট্ৰৰ ১৯ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে উদ্ধৱ থাকৰেয়ে।
  • বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৪০ বজাত শপত ল'লে থাকৰেয়ে।
  • মুম্বাইৰ শিৱাজী পাৰ্কত অনুষ্ঠিত কৰা হৈছে উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ অনুষ্ঠান।
  • উদ্ধৱ থাকৰেক ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীয়ে কৰালে শপতবাক্য পাঠ।
ফটোঃ হিন্দুস্তান টাইমছ
  • শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত দেশৰ বিশিষ্ট ৰাজনৈতিক নেতাসকল।
  • লগতে উপস্থিত হাজাৰ হাজাৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in