শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

যিকোনো মুহূৰ্তত পতন ঘটিব উদ্ধৱ থাকৰে চৰকাৰঃ উপাধ্যক্ষলৈ একনাথ সিন্দেৰ পত্র…

  • যিকোনো মুহূৰ্তত পতন ঘটিব উদ্ধৱ থাকৰে চৰকাৰ
  • মহাৰাষ্ট্র বিধানসভাৰ উপাধ্যক্ষলৈ একনাথ সিন্দেৰ পত্র
  • পত্রত ৩৭গৰাকী শিৱসেনা বিধায়কৰ স্বাক্ষৰ
  • একনাথ সিন্দেক সমৰ্থন ৭ গৰাকী নিৰ্দলীয় বিধায়কৰ
  • বিধায়িনী দলৰ নেতা হিচাপে সিন্দেক পুনৰ নিযুক্তিৰ আহ্বান
  • ভাৰতশেত গোগাৱালেক দলৰ মুখ্য হুইপৰূপে নিযুক্তিৰ আহ্বান
  • পত্রৰ প্রতিলিপি উপাধ্যক্ষ নৰহাৰী জিৰৱাললৈ প্রেৰণ
  • পত্র প্রেৰণ ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ
  • বিধান পৰিষদৰ সচিব ৰাজেন্দ্র ভাগৱতলৈও পত্র প্রেৰণ
  • পূৰ্বে শিৱসেনাৰ বিধায়িনী দলৰ নেতাৰ পৰা অপসাৰণ কৰিছিল সিন্দেক
  • মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই অপসাৰণ কৰিছিল সিন্দেক