দুৰ্ঘটনাত পতিত অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ…

দুৰ্ঘটনাত পতিত  অসমৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ উদয় শংকৰ…
  • যোৱা বৃহস্পতিবাৰে এক পথ দুৰ্ঘটনাত আহত হৈছে অসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ উদয় শংকৰ।
  • যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত নেলীত দুৰ্ঘটনাত পতিত হয় কৰিঅ'গ্ৰাফাৰজন।
  • বৰ্তমান উদয় শংকৰ সংকটমুক্ত আৰু ঘৰতে বিশ্ৰাম লৈ আছে।
  • দুৰ্ঘটনাত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে।
  • দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে গাড়ীখনৰ চালকজনো।
  • কিন্তু বৰ্তমান সংকটমুক্ত উদয় শংকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in