ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল…

ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল…
  • ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেলত।
  • সংবাদমেলত ক্ষোভ প্ৰকাশ এনডিএফবিৰ বঞ্চিত কেডাৰৰ।
  • বিটিআৰ চুক্তি শান্তিৰ বাবে নে অশান্তিৰ বাবে বুলি প্ৰশ্ন সংবাদমেলত।
  • কেডাৰসকলৰ একাংশ‌ই মাহিলী ভাট্টাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ।
  • প্ৰতিমাহে ৬০০০ টকাকৈ আছিল প্ৰতিগৰাকীৰ ভাট্টা।
  • ভাট্টাসমূহ নিয়মীয়াকৈ প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন।
  • কেডাৰসকলৰ এনেধৰণে বিভাজন নকৰিবলৈ সকীয়নি কেডাৰসকলৰ।
  • সংবাদমেলত কেডাৰসকলৰ দাবী- বিটিআৰ চুক্তিৰ দফামতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।
  • পূৰ্ৱৰে পৰা প্ৰদান কৰি অহা মাহিলী ভাট্টা প্ৰদান কৰক।
  • শীঘ্ৰে বিটিআৰ চুক্তি মতে সংস্থাপনৰ দাবী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in