ওদালগুৰি জিলাৰ কলাইগাওঁত জলমগ্ন শতাধিক পৰিয়াল, VIDEO…

ওদালগুৰি জিলাৰ কলাইগাওঁত জলমগ্ন শতাধিক পৰিয়াল, VIDEO…
  • ওদালগুৰি জিলাৰ কলাইগাওঁ ২নং শিঙিমাৰীৰ অঞ্চলত নোৱা নৈৰ বাঢ়নি পানী ক্ৰমাৎ বৃদ্ধি হৈছে ।
  • অঞ্চলটোৰ বহু কেইটা ঘৰ খেতি পথাৰ বৰ্তমান পানীৰ তলত ।
  • আনফালে মঙলদৈ- ভুটিয়াচাং পথৰ ওপৰেদি নৈৰ পানী পাৰ হোৱা ফলত যান বাহন চলাচলত সমস্যাৰ সৃষ্টি হৈছে ।
  • অঞ্চলটোত এতিয়ালৈ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in