শেহতীয়া খবৰ
কংগ্ৰেছৰ ৩জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা...  •  অসমত আকৌ ১৯জন কোভিড পজিটিভ, সুস্থ হৈছে ১৭জন...  •  বিধানসভা নিৰ্বাচনঃ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমলাত আৰক্ষীৰ অভিযান...  •  পুনৰ প্ৰাৰ্থিত্ব লাভ কৰি বটদ্ৰৱা সমষ্টিত আঙুৰলতা ডেকাৰ ৰেলী...  •  গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা...  •  বনগাঁওৰ সমাজকৰ্মী দুলাল চন্দ্ৰ পালৰ আদ্যশ্ৰাদ্ধ,স্মৃতিচাৰণ সভাত স্মৃতিগ্ৰন্থ উন্মোচন...  •  অসম সাহিত্য সভাৰ 'সৃষ্টিৰ চ'ৰাঘৰ' শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ...  •  প্ৰাৰ্থীত্ব লাভ কৰা পাছত বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামনি বৰাৰ প্ৰচাৰ ৰেলী...  •  তাকিয়া পাব্লিক ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা...  •  জয়ন্তমল্লক সমৰ্থন নকৰে নলবাৰীৰ ক্ষুব্ধ অগপ কৰ্মীয়ে,অতুল-কেশৱ-ফণী-বীৰেনক দগাবাজ আখ্যা

ওদালগুৰি জিলাৰ কলাইগাওঁত জলমগ্ন শতাধিক পৰিয়াল, VIDEO…

125
  • ওদালগুৰি জিলাৰ কলাইগাওঁ ২নং শিঙিমাৰীৰ অঞ্চলত নোৱা নৈৰ বাঢ়নি পানী ক্ৰমাৎ বৃদ্ধি হৈছে ।
  • অঞ্চলটোৰ বহু কেইটা ঘৰ খেতি পথাৰ বৰ্তমান পানীৰ তলত ।
  • আনফালে মঙলদৈ- ভুটিয়াচাং পথৰ ওপৰেদি নৈৰ পানী পাৰ হোৱা ফলত যান বাহন চলাচলত সমস্যাৰ সৃষ্টি হৈছে ।
  • অঞ্চলটোত এতিয়ালৈ স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি