মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঃ হিমন্ত বিশ্ব শৰ্মা…

মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰোঃ হিমন্ত বিশ্ব শৰ্মা…
  • দেওবাৰে নিশা ইউপিপিএল-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ সমৰ্থনত ওদালগুৰি চহৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব'।
  • ৰোড শ্ব'ত অংশ লৈ হাগ্ৰামাক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ।
  • যিজন মানুহে নিজেই নিৰ্বাচনত হাৰিছে তেওঁ ১২/১৩ খন আসনৰ ঠিকা কেনেকৈ ল'ব বুলি কয় মন্ত্ৰী শৰ্মাই।
  • বিটিচিত জন্ম হোৱা নতুন উগ্ৰপন্থী সংগঠন সন্দৰ্ভতো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
  • 'বাথাৰ লগত সন্ত্ৰাসবাদ কৰিলে জেললৈ যাব হাগ্ৰামা মহিলাৰী।'
  • 'যদি হাগ্ৰামাই বাথাক উৎসাহিত কৰে তেতিয়া তেওঁ জেলত যাব লাগিব।'
  • 'কোকৰাঝাৰত গাড়ীত অস্ত্ৰ ধৰা গোচৰৰ তদন্তৰ বাবে NIA ক অৰ্পন কৰা হ'ব।
  • 'বিটিআৰত আৰু অশান্তি কৰিব দিয়া নহ'ব, আমি বাথাক ভয় নকৰো।'
  • 'বিটিআৰত পুনৰ বম-বাৰুদৰ খেলা হ'বলৈ দিয়া নহ'ব।'
  • 'মই হাগ্ৰামা মহিলাৰীক কেয়াৰ নকৰো।'
  • 'এই যে অস্ত্ৰবোৰ ওলাই আছে, ইয়াৰ এটা এটাকৈ হিচাপ হ'ব নিৰ্বাচনৰ পিছত।'
  • বিটিচিৰ ১২ খন আসনে লাভ কৰিব বুলিও দাবী হিমন্ত বিশ্ব শৰ্মাৰ।
  • অসমত লক'ডাউন নহয় বুলি পুনৰ স্পষ্ট কৰিলে হিমন্ত বিশ্ব শৰ্মাই।
  • অসমত এইবাৰ ধুম ধামেৰে বিহু হ'ব বুলিও মন্তব্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in