শেহতীয়া খবৰ
অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  ভাইৰেল অশ্লীল ফটো! যুৱতীয়ে কৰিলে আত্মহত্যা

পুনৰ ওদালগুৰিত অঘটন, বাংকাহোলা নদীত সন্ধানহীন ২ যুৱক…

170
  • পুনৰ ওদালগুৰিত অঘটন।
  • এইবাৰ ঘটনাৰ স্থান হৰিশিঙা।
  • হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বাংকাহোলা নদীত অঘটন।
  • নদীত দুগৰাকী যুৱক ডুব যোৱাৰ খবৰ।
  • যুৱক দুজনৰ নাম ক্ৰমে ক্লিনিছ বসুমতাৰী আৰু ফুংগা বসুমতাৰী।
  • মঙলবাৰে বিয়লি সংঘটিত হয় এই অঘটন।
  • ইফালে সোমবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডত নৈত উটি গৈছিল এগৰাকী শিক্ষাৰ্থী।
  • শিক্ষাৰ্থীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আজি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি