পুনৰ ওদালগুৰিত অঘটন, বাংকাহোলা নদীত সন্ধানহীন ২ যুৱক…

  • পুনৰ ওদালগুৰিত অঘটন।
  • এইবাৰ ঘটনাৰ স্থান হৰিশিঙা।
  • হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বাংকাহোলা নদীত অঘটন।
  • নদীত দুগৰাকী যুৱক ডুব যোৱাৰ খবৰ।
  • যুৱক দুজনৰ নাম ক্ৰমে ক্লিনিছ বসুমতাৰী আৰু ফুংগা বসুমতাৰী।
  • মঙলবাৰে বিয়লি সংঘটিত হয় এই অঘটন।
  • ইফালে সোমবাৰে ওদালগুৰিৰ ভৈৰৱকুণ্ডত নৈত উটি গৈছিল এগৰাকী শিক্ষাৰ্থী।
  • শিক্ষাৰ্থীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল আজি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in