শেহতীয়া খবৰ
গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা  •  অসম চৰকাৰ গ' বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ  •  শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ল মহিন্দা ৰাজাপাকছা...  •  ভৰিত শিকলি পিন্ধি ২ মাহে দূৰ্বিসহ জীৱন পাৰ কৰিছে বিচুৱে…

উত্তৰ প্ৰদেশৰ ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ শিল্পী দল

307

ডিজিটেল সংবাদ, ওদালগুৰিঃ উত্তৰ প্ৰদেশৰ বৃন্দাবনত বিগত ১৯ তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট আৰু নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান ৰঙ্গোৎসৱত উজ্বলিল ওদালগুৰিৰ দোৱামাখাৰ কৃষ্টি দল। ড৹ অৰুণীমা বৰুৱাৰ নেতৃত্বত এই উৎসৱত অংশগ্ৰহণ কৰা ওদালগুৰিৰ এই শিল্পী দলটোৱে ৰাভা লোকনৃত্য পৰিৱেশন কৰি দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।

ইয়াৰোপৰি দলটোৱে শ্ৰেষ্ঠ শৃংখলিত দল হিচাপে পুৰষ্কাৰ বুটলিবলৈ সক্ষম হয়। আনহাতে অসমৰ বিশিষ্ট নাট্যকৰ্মী দিপাংকৰ ৰাভাক উক্ত অনুষ্ঠানতে হৰিবংশ ৰাষ্ট্ৰীয় বটাঁৰে সন্মানিত কৰা হয়। ওদালগুৰি দোৱামখা কৃষ্টি সংঘৰ সাংস্কৃতিক দলে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এনে সাফল্য‌ই দোৱামখাৰ লগতে ওদালগুৰিবাসীকো আনন্দিত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি