আছু কৰ্মী আক্ৰান্ত কোৰোনাতঃ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল কৰ্মৰত…

আছু কৰ্মী আক্ৰান্ত কোৰোনাতঃ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল কৰ্মৰত…
  • এইবাৰ কোভিড-১৯ত আক্ৰান্ত হ'ল আছুকৰ্মী।
  • ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য জনৈক দাস আক্ৰান্ত হৈছে কোভিড-১৯ত।
  • টংলা কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্মৰত আছিল ছাত্ৰজন
  • দেওঁবাৰৰ পৰা হোম কোৱাৰেণ্টাইনত আছিল তেওঁ।
  • বুধবাৰে অহা ফলাফলত কোভিড-১৯ পজিটিভ ধৰা পৰে
  • সম্প্ৰতি তেখেতক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
  • জনৈক দাস হৈছে হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in