প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ ছচিয়েল মিডিয়াত পৰিচয় সলনি…

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ ছচিয়েল মিডিয়াত পৰিচয় সলনি…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰাৰ পাছত সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ টুইটাৰতো সলনি কৰিলে পৰিচয়। সৰ্বানন্দ সোণোৱালৰ নামত থকা টুইটাৰ একাউন্টত পৰিচয় সলনি কৰি নতুনকৈ লিখা হল- Ex-Chief Minister, Assam | MLA, Majuli

ইফালে টুইটাৰত এখন ফটো আপলোড কৰি হিমন্ত বিশ্ব শৰ্মাকো অভিনন্দন জনালে সৰ্বানন্দ সোণোৱালে।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ মাৰ্গদৰ্শনত অসমৰ উন্নতিৰ বাবে কাম কৰি যোৱাৰ পোষকতা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোণোৱালে টুইটটোত লিখিছে-

Congratulations to Shri @himantabiswa on being elected the leader of @BJP4Assam Legislative Party. I believe that you will carry forward the development journey of Assam that we together began as #TeamAssam under the leadership of PM Shri @narendramodi ji.

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in