মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নি মহানগৰীত আৰক্ষীৰ জালত ২ চোৰ

মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নি মহানগৰীত আৰক্ষীৰ জালত ২ চোৰ
  • আৰক্ষীৰ জালত গান্ধীবস্তিত মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া দুই চোৰ।
  • আৰক্ষীৰ জালত পৰা চোৰ ২টাৰ নাম অমিত কুমাৰ আৰু অবিশেষ অবষ্টি।
  • চিচিটিভি কেমেৰাৰ দৃশ্যৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।
  • উত্তৰ গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিলে চোৰ দুটাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in