Published on:
Updated on:
- জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
- সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী।
- ইয়াৰে এটা সন্ত্ৰাসবাদী বহিঃৰাষ্ট্ৰৰ বুলি সদৰী কৰে নিৰাপত্তাৰক্ষীয়ে।
- দুয়োটা সন্ত্ৰাসবাদী হিজবুল মুজাহিদ্দীনৰ সদস্য আছিল
Code:
Asomiya Pratidin
www.asomiyapratidin.in