জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ আহত ২ সেনা জোৱান

জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ আহত ২ সেনা জোৱান
  • জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ২ সেনা জোৱান।
  • বাৰামোল্লা জিলাৰ চপ'ৰেত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাৰ পিছতে সেনা বাহিনীয়ে তীক্ষ্ণ নজৰ ৰাখিছে সমগ্ৰ অঞ্চলটোত।
  • পুনৰ যাতে কোনো ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in