মঙলদৈত কেকো সাপসহ দুজনক আটক…

মঙলদৈত কেকো সাপসহ দুজনক আটক…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈৰ নিকটবৰ্তী ধুলা আৰক্ষীয়ে কেকো সাপসহ দুজন লোকক দেওবাৰে আটক কৰে। আটকাধীন ব্যক্তি কেইজন ক্ৰমে শুকুৰ আলি আৰু আব্বাছ আলি। দুয়োৰে ঘৰ দলগাঁৱৰ গৰিয়াঝাৰত বুলি জানিব পৰা গৈছে।

ধুলা আৰক্ষীয়ে আটক কৰি মঙলদৈ খণ্ড বন বিভাগক গতাই দিয়ে দুয়োকে। বৰ্তমান মঙলদৈ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত সোধপোচ কৰি মঙলদৈ আদালতত হাজিৰ কৰাব বুলি জানিব দিয়ে বন বিষয়া ত্ৰিদিপ ৰঞ্জন চৌধুৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in